Samsung Galaxy M31 নতুন স্মাৰ্টফোন

Samsung Galaxy M31 তিনিটা মডেলত উপলব্ধ। 6GB RAM, 64GB ৰ বজাৰ মূল্য হৈছে -১৭,৪৯৯ টকা আৰু 6GB RAM, 128GB ৰ বজাৰ মূল্য হৈছে - ১৮,৪৯৯ টকা আৰু 8GB RAM, 128GB মডেলৰ মূল্য হৈছে ২০,৪৯৯ টকা। Samsung Galaxy M31 স্মাৰ্টফোন দুটা নীলা আৰু ক'লা ৰঙত উপলব্ধ। 
Samsung Galaxy M31

Samsung Galaxy M31 ৰ বৈশিষ্ট্য সমূহ হৈছে - 64MP Quad কেমেৰা High Resolution, SOCELL bright GW1 Sensor, 5MP Depth (F2.2), 5MP Macro (F2.4), 64MP মুখ্য কেমেৰা (F1.8), 8MP 123° Ultra Wide (F2.2), 6000mAh বেটেৰী, sAMOLED Display, HD Content, DOLBY ATMOS, Fingerprint Scanner, Fast Face Unlock, Android 10 আৰু One UI 2.0, CPU Speed - 2.3GHz, 1.7GHz, Weight(g) 191, CPU Type Octa-Core  ইত্যাদি।

Post a comment

0 Comments