বজাৰলৈ আহিল Samsung Galaxy M21

Samsung মোবাইল প্ৰেমী সকলৰ বাবে সুখবৰ। বজাৰলৈ আহিল Samsung Galaxy M21 Midnight Blue, 6GB Ram আৰু 128 GB storage ৰ অত্যাধুনিক মোবাইল। Samsung ৰ এই মোবাইলত উপলব্ধ বৈশিষ্ট্য সমূহ হ'ল - তিনিটা কেমেৰা - 48MP মুখ্য কেমেৰা, 8MP Ultra Wide কেমেৰা আৰু 5 Mega pixel ৰ Depth কেমেৰা আৰু 20 মেগা পিক্সেলৰ Front Facing Punch Hole কেমেৰা।
samsung galaxy m21

Samsung Galaxy M21 ৰ স্ক্ৰীন 6.4 ইঞ্চি, Super Amoled, Infinity U Cut Display, FHD+ Resolution (2340×1080), 404 ppi pixel density আৰু 16M color support.

Android 10.0 operating system with Exynos
9611,2,3GHZ, 1.7GHz Octa-Core processor, 6GB RAM, 128 GB internal memory expendable up to 512 GB and dual SIM

Samsung Galaxy M21 ৰ battery capacity 6000 mAh ।

Samsung Galaxy M21 ৰ বজাৰ মূল্য হৈছে - 4GB RAM, 64GB মডেলৰ মূল্য - 13,999 টকা আৰু 6GB RAM, 128GB মডেলৰ মূল্য হৈছে - 15,999 টকা।

Post a comment

0 Comments