অপ্পৰ নতুন স্মাৰ্টফোন OPPO A5 2020

অপ্পৰ নতুন স্মাৰ্টফোন Oppo A5 2020 স্মাৰ্টফোনটো দুটা মডেলত উপলব্ধ। 3GB RAM + 64GB Storage ৰ মূল্য - ১১,৪৯০ টকা আৰু 4GB RAM + 64GB Storage ৰ মূল্য - ১২,৪৯০ টকা।

OPPO A5 2020

Oppo A5 2020 ৰ মডেলৰ পিছফালে ৩ টা কেমেৰা উপলব্ধ। 12+8+2MP Rear কেমেৰা 119 ডিগ্ৰী ultra wide ৰ সৈতে, ultra night mode সুবিধা আৰু 8MP আগফালৰ কেমেৰা উপলব্ধ।

Oppo A5 2020 ত দুখন nano চিম উপলব্ধ (4G + 4G), Memory সৰ্বাধিক 256GB লৈকে বঢ়াব পৰা ক্ষমতা।

Oppo A5 2020 স্মাৰ্টফোনত 5000mAH লিথিয়াম পলিমাৰ বেটেৰী উপলব্ধ যাৰ ফলত অধিক সময় ব্যৱহাৰৰ বাবে উপযোগী।

Oppo A5 2020 স্মাৰ্টফোন Android v9.0 based on Color 6.1 Operating system লগতে 2.0GHz SM6125 Qualcomm Snapdragon 665 Octa Core Processor, Adreno 610 GPU উপলব্ধ।

Oppo A5 2020 ত type-c cable উপলব্ধ, যাৰ ফলত সোনকালে সম্পূৰ্ণ চার্জ হোৱাত সহায়ক হব।

Oppo A5 2020 ৰ Display Size 6.5 ইঞ্চি লগতে 1600 × 720 পিক্সেল Resolution ৰ ব্যবস্থা আৰু Waterdrop Screen উপলব্ধ।

Oppo A5 2020 ত Night Shield আৰু Blue Light Filter উপলব্ধ।

Post a comment

0 Comments