ওৱানপ্লাছৰ নতুন স্মাৰ্টফোন OnePlus8

OnePlus8

বজাৰলৈ আহিল ওৱানপ্লাছৰ নতুন স্মাৰ্টফোন OnePlus8 । OnePlus8 স্মাৰ্টফোনটো তিনিটা মডেলত উপলব্ধ। 6GB RAM + 128 GB Storage ৰ বজাৰ মূল্য হৈছে - ৪১,৯৯৯ টকা, 8GB RAM + 128 GB Storage ৰ বজাৰ মূল্য হৈছে - ৪৪,৯৯৯ টকা আৰু 12GB RAM + 256GB Storage ৰ বজাৰ মূল্য হৈছে ৪৯,৯৯০ টকা।

OnePlus8 ৰ বৈশিষ্ট্য সমূহ হৈছে - ৪৮ মেগাপিক্সেলৰ মুখ্য কেমেৰাৰে সৈতে পিছফালে তিনিটা কেমেৰা, 4K ভিডিঅ' ৰেকৰ্ডিং, বেটেৰী - 4300mAh, ১৬ মেগাপিক্সেলৰ সন্মুখৰ কেমেৰা, 5G বৈশিষ্ট্যৰে ভৰপূৰ, ওজন - ১৮১ গ্ৰাম, দুখন Nano SIM লগাব পৰা সুবিধা, Qualcomm Snapdragon Processor, Resolution 2400 ×1080, Type C Cable উপলব্ধ।

Post a comment

0 Comments