বজাৰলৈ শীঘ্ৰেই আহি আছে স্মাৰ্টফোন OnePlus NORD 5G

অতি শীঘ্ৰেই স্মাৰ্টফোনৰ বজাৰত খলকনি সৃষ্টি কৰিবলৈ আহি আছে OnePlus NORD 5G স্মাৰ্টফোনটো। OnePlus NORD 5G স্মাৰ্টফোনটো বৰ্তমান দুটা মডেলত উপলব্ধ হব আৰু ৰং ক্ৰমে - Blue Marble আৰু Gray Onyx । OnePlus Nord 5G স্মাৰ্টফোনটোৰ মূল্য হ'ল - 8GB RAM + 128GB Storage ৰ দাম - ২৭,৯৯৯ টকা আৰু 12GB RAM + 256GB Storage ৰ দাম - ২৯,৯৯৯ টকা।
OnePlus NORD 5G

OnePlus Nord 5G ৰ বৈশিষ্ট্য সমূহ হৈছে - 

৪৮ মেগাপিক্সেলৰ মুখ্য কেমেৰা + ৮ মেগাপিক্সেল + ৫ মেগাপিক্সেল + ২ মেগাপিক্সেল / পিছফালে মুঠতে চাৰিটা কেমেৰা আছে লগতে 1080P ভিডিঅ' 30/60 fps, 4k 30 fps সুবিধা উপলব্ধ। আগফালৰ কেমেৰা দুটা, ৩২ মেগাপিক্সেল + ৮ মেগাপিক্সেল লগতে 4k ভিডিঅ' ৰেকৰ্ডিং 30/60 fps আৰু 1080P ভিডিঅ' ৰেকৰ্ডিং 30/60 fps ত কৰিব পৰা সুবিধা উপলব্ধ। 

OnePlus Nord 5G স্মাৰ্টফোনৰ বেটেৰী 4115mAh লিথিয়াম-ইয়ন বেটেৰী।

Display Fingerprint Sensor

OnePlus Nord 5G ত দুখন nano SIM লগাব পৰা সুবিধা উপলব্ধ, 5G + 4G

OnePlus Nord 5G স্ক্ৰীন 6.44 ইঞ্চি, 2400 × 1080 পিক্সেল Resolution । 

OnePlus Nord 5G OxygenOS Based Android 10 Operating system

OnePlus Nord 5G 2.4GHz Kryo 475 Prime + 2.2GHz Kryo 475 Gold + 6×1.8GHz Kryo 475 Silver Qualcomm Snapdragon 765G 5G Mobile Platform octa core processor, Adreno 625 GPU

OnePlus Nord 5G স্মাৰ্টফোনত Type-C Cable উপলব্ধ। 

Post a comment

0 Comments